প্ৰশান্ত কুমাৰ নাথ
পিতৃঃ- লয়ন চন্দ নাথ, জিলাঃ- দৰং , গাঁওঃ- কৱেইচুবা , পো অঃ- ছিপাঝাৰ, থানাঃ- ছিপাঝাৰ , পিনঃ- ৭৮৪১৪৫
জন্মঃ- ১৯৯৫ চনৰ ২ আগষ্ট ।
মোৰ বিষয়েঃ- মই আনক সহায় কৰি ভাল পাও, সদায় মানুহৰ মাজত থাকিব
বিছাৰো । বাঁহি বজাই ভাল পাও । ভৱিষ্যতে এগৰাকি ভাল লিখক
হিচাবে নিজৰ চিনাকি দিব বিছাৰো ।