বিপুল কাকতি
ঠিকনা :: ধিং জিলা - নগাওঁ , অসম
মই কোনো কবি নহয় শব্দৰ চিকাৰ কৰিবলৈ, যেতিয়া সকলো থাকিও মই কোলাহলৰ ভিৰত হেৰাই যাওঁ তেতিয়া মোৰ হৃদয়ৰ গোপন বিষাদ বোৰ চকুলোৰ নীলা চিয়াঁহি হৈ উকা কাগজৰ বুকুত বৈ গৈ মোৰ তাতে বিলিন হৈ যায় । তাতে বিচাৰি পাওঁ মোৰ কবিতাৰ শব্দ ।
মোবাইল নং :: ৮১৩৪০-৬১৫৫১
ইমেইল :: bipulriyezkakoti@gmail.com