যুতিকা ফুকন (যুতিকা-জোনাক)
ঠিকনা - গাঁও:গেলেকী(কাজিৰঙা), ডাক - শিলজুৰি , জিলা-গোলাঘাট , ডাক সূচাংক- ৭৮৫৬১২( অসম )
পিতৃ – ৰাজেন ফুকন(শিক্ষক)
মাতৃ – মিনাক্ষী ডেকা ফুকন
শিক্ষা – স্নাতকোত্তৰ (গণস্ংযোগ আৰু সাংবাদিকতা) তেজপুৰ বিশ্ববিদ্যালয় ।
কৰ্মজীৱন- ঘোষিকা আৰু বাতৰি পঢ়োতা