শ্বাহিদুল ইছলাম
নৱজ্যোতি মহাবিদ্যালয়, কলগাছিয়া, অসম
ৰসায়ন বিজ্ঞান বিভাগ , স্নাতক মহলা ,প্ৰথম ষান্মাসিক ৷
মোবাইল নং :: ৮৪০৪০৩০১৮০
ইমেইল :: shahidklg13@gmail.com
আজৰি সময়ত কবিতা, গল্প, প্ৰৱন্ধ আদি লিখি ভাল পাওঁ । আনৰ আগত প্ৰত্যক্ষ ভাৱে প্ৰকাশ কৰিব নোৱাৰা কথা নাইবা আৱেগ-অনুভূতি কলমৰ নিবেৰে নতুন ৰূপত সজাই প্ৰকাশ কৰিব বিচাৰো আৰু নিজকে সাহিত্যৰ জগতত আগবঢ়াই নিব খোজো ।